Wednesday , June 19 2019

শেহতীয়া সংবাদ

অসংসদীয় বাক্যক লৈ সদনত হুলস্থূলীয়া পৰিৱেশ

  ষ্টাফৰিপোৰ্টাৰ,  অসংসদীয় বাক্যক লৈ সদনত হুলস্থূলীয়া পৰিৱেশ আজি বিৰাজ কৰে। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অহংকাৰী আখ্যা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ। বিধায়কৰ সৈতে ভট্টাচাৰ্যই ভাল ব্যৱহাৰ নকৰে বুলিও অভিযোগ পুৰকায়স্থৰ। সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনক শিষ্টাচাৰ শিকাব নালাগে, প্ৰথমে নিজে শিকক বুলিও মন্ত্যব বিধায়কজনৰ।‍ কমলাক্ষ দে’ পুৰকায়স্থক উভতি ধৰিলে শাসকীয় পক্ষৰ বিধায়কে।

Read More »

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে গঁড়ৰ সংখ্যা

  ষ্টাফৰিপোৰ্টাৰ,মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে গঁড়ৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত এজনী গঁড়ে জন্ম দিলে এটা পোৱালি৷ চাৰিদিন পূৰ্বে গঁড় পোৱালিটোৰ জন্ম৷ মানাহত গঁড়ৰ সংখ্যা ৩৭টালৈ বৃদ্ধি।

Read More »

ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বৃহত্‍ প্ৰকল্পৰ শুভাৰম্ভ

  ষ্টাফৰিপোৰ্টাৰ, ,ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বৃহত্‍ প্ৰকল্পৰ শুভাৰম্ভ । বাগিচাৰ শ্ৰমিকৰ লাইনৰ পথ নিৰ্মাণৰ বাবে এই আঁচনি। পকীকৰণ কৰা হ’ব চাহ বাগিচাৰ লাইনৰ পথসমূহ। প্ৰতিখন চাহ বাগিচাৰ বাবে এই আঁচনিৰ জৰিয়তে ১ কোটি টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। মুঠ ৮০৫খন বাগিচাত ৰূপায়ণ কৰা হ’ব আঁচনিখন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে আঁচনিখনৰ।

Read More »