Wednesday , June 19 2019

শেহতীয়া সংবাদ

প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম

ষ্টাফৰিপোৰ্টাৰ: প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম।  আজিও বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৮৬.০৩ টকা। ১৫ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম। প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২২ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম হ’লগৈ ৭৮.২৭ টকা।

Read More »

‘মন কী বাত’ অনুষ্ঠানত দেশৰ সৈনিকৰ অৱদানক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ষ্টাফৰিপোৰ্টাৰ :  ছাৰ্জিকেল ষ্ট্ৰাইকৰ দুবছৰ সম্পূৰ্ণ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰে ‘মন কী বাত’ অনুষ্ঠান। প্ৰতিজন ভাৰতীয়ই চাৰ্জিকেল ষ্ট্ৰাইকৰ সফলতাত গৌৰৱ কৰা উচিত বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে বিশ্বৰ ভিতৰতে শক্তিশালী সেনাৰ শাৰীত বায়ুসেনা পৰিগণিত হোৱা বুলি মন্তব্য কৰি ১৯৬৫ আৰু কাৰ্গিল যুদ্ধত বায়ুসেনাৰ অৱদান অতুলনীয় বুলি ক’লে মোদীয়ে। ইফালে …

Read More »

অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি। ৰাজ্যৰ ৩৯টা ছবিগৃহত সগৌৰৱে চলিছে ছবিখন। মহানগৰীৰ কেইবাটাও ছবিগৃহত প্ৰদৰ্শন অব্যাহত। কাৰ্নিভেল ছবিগৃহত আজি সৰ্বাধিক ৭টা প্ৰদৰ্শনী। চিনেপলিছ ছবিগৃহত আজি ৫টা প্ৰদৰ্শনী আৰু শুকুৰবাৰে দুটা প্ৰদৰ্শনী আছিল। ৰাইজৰ দাবীত ছবিখনৰ দৰ্শনী আৰু ছবিগৃহৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ প্রান্তে প্রান্তে চলচ্চিত্ৰপ্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি।

Read More »