Wednesday , June 19 2019

শেহতীয়া সংবাদ

২৪ ছেপ্টেম্বৰৰ পৰা শৰৎকালীন অধিৱেশন

ষ্টাফৰিপোৰ্টাৰ: ২৪ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হ’ব শৰৎকালীন অধিৱেশন। এই অধিৱেশনত ৫টা বিভাগৰ ৭ খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। অধিৱেশনত স্থান পাব ৰাজ্য উত্তাল কৰি ৰখা কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ে।

Read More »

গুৱাহাটীত জে এন ইউৰ ছাত্ৰ সংঘৰ প্ৰাক্তন উপ-সভাপতি কানহাইয়া কুমাৰ

ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটীত জে এন ইউৰ ছাত্ৰ সংঘৰ প্ৰাক্তন উপ-সভাপতি কানহাইয়া কুমাৰ শনিবাৰে উপস্থিত হয়। পানবজাৰৰ ডনবস্কো স্কুলত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ কানহাইয়া কুমাৰে আক্ৰমণৰ লক্ষ্য কৰি ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইফালে প্ৰতিবাদ সাব্যস্ত কৰি বজৰংগ দলে কানহাইয়া কুমাৰক আখ্যা দিলে পাকিস্তানৰ এজেণ্ট হিচাপে।

Read More »

এন আৰ চি সম্পর্কত অমিত শ্বাহৰ বক্তব্যৰ তীব্র বিৰোধিতা ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰ

মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আভুৱা ভাৰিছে অমিত শ্বাহে–হৰিশ ৰাৱত। ষ্টাফৰিপোৰ্টাৰ,২2 ছেপ্টেম্বৰ,  ছত্তিশগড়ৰ ৰাইপুৰত শুকুৰবাৰে এখন জনসভাত  বিজেপি দলৰ সভাপতি অমিত শ্বাহে সম্পূর্ণ ভিত্তিহীন আৰু মিছা কথাৰে অসমৰ এন আৰ চি উন্নীতকৰণৰ সম্পর্কত দেশৰ জনগণক আভুৱা ভাৰি ভুল ব্যাখ্যা কৰিব বিচৰা কায্যক প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতে …

Read More »