Monday , March 30 2020
শেহতীয়া খবৰ
Home / Tag Archives: bongaigaon news

Tag Archives: bongaigaon news

যান – বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব–ভাস্কৰজ্যোতি দত্ত

বঙাইগাঁও জিলাৰ অভয়াপুৰীত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা মানুহ যিমানে শিক্ষিত হৈছে সিমানে আইন ভংগকাৰীৰ সংখ্যা বাঢ়িছে — অনুপম ডেকা   বঙাইগাঁওঃ ২৮ মাৰ্চঃ বৰ্তমান মানুহ যিমানে শিক্ষিত হৈছে সিমানে নিয়ম ভংগ কৰা তথা আইন ভংগ কৰা মানুহৰ সংখ্যা বাঢ়ি গৈছে ৷ এই মন্তব্য বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ …

Read More »

কমবয়সীয়া যুৱক- যুৱতীয়ে বাহন চলালে অভিভাৱকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা

িবঙাইগাঁও জিলাৰ মাণিকপুৰত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা   বঙাইগাঁওঃ ২৬ মাৰ্চঃ বঙাইগাঁও জিলাত সঘনাই হৈ থকা পথ দুৰ্ঘটনা সন্দৰ্ভত ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় বিচাৰি তথা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ অন্তৰ্গত দুৰ্ঘটনা প্ৰৱণ …

Read More »

বঙাইগাঁৱত জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত কৃষক মুক্তিকে ধৰি অন্যান্য দল- সংগঠনৰ গণ ধৰ্ণা

  বঙাইগাঁওঃ ২৫ মাৰ্চঃ বঙাইগাঁও জিলাৰ শালবাৰী- বঙাইগাঁও পথৰ লগতে তালগুৰী – বাসুগাঁও সংযোগী জৰাজীৰ্ণ গড়কাপ্তানী পথচোৱা পুনৰ নিৰ্মাণ আৰু বঙাইগাঁও চহৰৰ মাজেৰে যোৱা ৰাজ্যিক ঘাইপথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক কেলেংকাৰীৰ তদন্তৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য দল- সংগঠনে বঙাইগাঁওস্থিত গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ …

Read More »