Thursday , July 18 2019
শেহতীয়া খবৰ
Home / Tag Archives: firstnewsreport

Tag Archives: firstnewsreport

এজনীয়া চিকিৎসকৰে চলি আছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ

এজনীয়া চিকিৎসকৰে চলি আছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ৷ প্ৰয়োজনীয় চিকিৎসকৰ অভাৱত সমস্যাত পৰিছে জনসাধাৰণ৷ জামুগুৰিহাটৰ পৰা জোন বৰা,৫ মে’:শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰায় দুকুৰিৰো অধিক গাওঁৰ ৰাইজৰ চিকিৎসা সেৱাৰ একমাত্ৰ চিকিৎসালয়খন হৈছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ৷জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত এই চিকিৎসালয়খনত এতিয়া প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবে ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হৈছে৷অঞ্চলটোৰ পানপুৰ,হকমা,আমদৰা,লালেটাপু,গমীৰিপাল, …

Read More »

হব লাগিছিল ৰাষ্ট্ৰীয় ঘাইপথ, হল পিছে ৰাষ্ট্ৰীয় গাঁত! (ভিডিঅ সহ)

পৰিৱৰ্তনৰ ৪ লাইন যুক্ত পথ নিৰ্মাণৰ নামত জলা কলা খাইছে তেজপুৰ লোকসভা সমষ্টি তথা জেষ্ঠ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ জিলাত সৰ্বসাধাৰণ ৰাইজ , তথা জৰুৰীকালীণ ৰুগীয়ে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত সমগ্ৰ বিশ্বনাথ জিলাতে টি কে কন্সষ্ট্ৰাচন কোঃ এ নিৰ্মাণ কৰিলে একো একোটা বৃহৎ পুখুৰী ৷চাৰিলেন যুক্ত পথ হোৱাৰ …

Read More »

সাত বিহুৰ অনন্য পৰম্পৰা : সৰ্থেবাৰীত পালন কৰা হ’ল ‘পাৰ সোৱেৰী’ উৎসৱ

সৰ্থেবাৰীৰ পৰা কুনাল তামুলী :  প্ৰতি  বছৰৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত সৰ্থেবাৰীত পালন কৰা হল পাৰ সোৱেৰী উৎসৱ। সাত বিহুৰ দিনা এই উৎসৱৰ পৰম্পৰা অতিজৰে পৰা চলি আহিছে। উল্লেখ্য যে সৰ্থেবাৰীত অতীতৰে পৰা চলি অহা আন এটি অন্যতম উৎসৱ হল “পাৰ সুৱেৰী” । প্ৰতিবছৰে অসমীয়া নতুন বছৰৰ “সাত বিহু”ৰ দিনাখনে এই …

Read More »

এইবাৰ গৰুচোৰৰ আক্ৰমণৰ বলি বিহুৱতী

সন্দেহজনক গৰুচোৰে নিশা অাক্ৰমন কৰিলে বিহুৱতী দলক ।বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ’ৰ্ট ১৯এপ্ৰিল: সম্প্ৰতি গৰুচোৰৰ বাবে তেনেই সহজ লক্ষ্যত পৰিণত হৈ পৰা কামৰূপ জিলাৰ বাইহাটা চাৰিঅালি থানা এলেকাত যোৱানিশা সংঘটিত হল সন্দেহজনক গৰুচোৰৰ দ্বাৰা এটি বিহুৱতী দলৰ ওপৰত তাণ্ডৱ চলাই অাক্ৰমন কৰাৰ এক উদ্বেগজনক অাৰু ভয়ংকৰ ঘটনা । …

Read More »

বঙাইগাঁৱত ভোটাৰৰ মাজত সজাগতা বৃদ্বিৰ উদ্দেশ্যে চাইকেল- মটৰ চাইকেল ৰেলী- সভা

  বঙাইগাঁও ২৭ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত সমাগত লোক সভা নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে আৰু ভোটাৰৰ মাজত ভোটদান সম্পৰ্কত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বঙাইগাঁও চহৰৰ মাজেৰে এক চাইকেল আৰু মটৰ চাইকেল ৰেলী উলিওৱা …

Read More »